৭ এপ্ৰিল
তাৰিখ
(এপ্ৰিল ৭ৰ পৰা পুনঃনিৰ্দেশিত)
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | |||
২০২৫ |
৭ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৭তম (অধিবৰ্ষত ৯৭তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৬৯ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলী
সম্পাদনা কৰক- ১৯২৭ - প্ৰথম দীৰ্ঘ-দূৰত্বৰ ৰাজহুৱা দূৰদৰ্শন সম্প্ৰসাৰণ, ৱাচিংটন ডি.চি.ৰ পৰা নিউয়ৰ্ক নগৰলৈ।
- ১৯৩৭ - শ্বিলঙত অসম বিধান সভাৰ প্ৰথম বৈঠক।
- ১৯৪৮ - ৰাষ্ট্ৰ সংঘৰ দ্বাৰা বিশ্ব স্বাস্থ্য সংস্থাৰ গঠন।
- ১৯৭৯ - অসমৰ ৰংঘৰ বাকৰিত সংযুক্ত মুক্তি বাহিনী, অসমৰ গঠন।
- ২০০১ - নাছাৰ মংগল অভিযান মাৰ্ছ ওডিছিৰ উৎক্ষেপন।
- ২০১৪ - অসমত ডেকাৰগাঁও, তেজপুৰৰ পৰা নাহৰলগুনলৈ প্ৰথম যাত্ৰীবাহী ৰেল।
জন্ম
সম্পাদনা কৰক- ১৭৬৮ - মাহ লাকা বাঈ, ভাৰতীয় কবি।
- ১৭৭০ - উইলিয়াম ৱৰ্ডছৱৰ্থ, ইংৰাজী ৰোমাণ্টিক কবি।
- ১৮৮৯ - গ্ৰেবিলা ম্ৰিষ্টেল, ন'বেল বঁটা প্ৰাপ্ত চিলিৰ কবি।
- ১৯২০ - ৰবি শংকৰ, ভাৰতীয় সঙ্গীতজ্ঞ।
- ১৯২৬ - প্ৰেম নাজিৰ, ভাৰতীয় অভিনেতা।
- ১৯৪২ - জিতেন্দ্ৰ, ভাৰতীয় অভিনেতা।
- ১৯৪৭ - নগেন বৰা, অসমীয়া সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, আৰু সাংবাদিক।
- ১৯৫৪ - জেকী চান, হংকঙৰ অভিনেতা।
- ১৯৬০ - অতুল বৰা, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৬২ - উদ্ধৱ ভৰালী, ভাৰতীয় উদ্ভাৱক।
- ১৯৮৮ - পাৰ্ৱতী থিৰুভথু, ভাৰতীয় অভিনেত্ৰী।
- ১৯৯০ - মৈত্ৰেয়ী পাটৰ, ভাৰতীয় কবি, গীতিকাৰ আৰু কণ্ঠশিল্পী।
মৃত্যু
সম্পাদনা কৰক- ১৮৭৯ - বেগম হজৰত মহল, অৱধ ৰাজ্যৰ বেগম আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯৪৬ - পদ্মনাথ গোহাঞিবৰুৱা, অসমীয়া সাহিত্যিক।
- ১৯৪৭ - হেনৰী ফৰ্ড, আমেৰিকাৰ ঔদ্যোগপতি।
- ২০০৪ - কেলুচৰণ মহাপাত্ৰ, ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী।
- ২০১২ - মাইক ৱালেঞ্চ, আমেৰিকান সাংবাদিক।
- ২০১২ - চাৰু গোহাঁই, অসমৰ ৰাজনীতিক।
- ২০১৮ - মুনিন বৰুৱা, অসমীয়া চলচ্চিত্ৰৰ পৰিচালক।
দিৱস
সম্পাদনা কৰক- বিশ্ব স্বাস্থ্য দিৱস - আন্তঃৰাষ্ট্ৰীয়
- নাৰী দিৱস - মোজাম্বিক
তথ্য সংগ্ৰহ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৭ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |