ঢ
ঢ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ চতুৰ্দশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।[1] 'ঢ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঢ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | 'ঢ'ৰ লগত যোগ হ'লে |
---|---|
অ | ঢ |
আ | ঢা |
ই | ঢি |
ঈ | ঢী |
উ | ঢু |
ঊ | ঢূ |
ঋ | ঢৃ |
এ | ঢে |
ঐ | ঢৈ |
ও | ঢো |
ঔ | ঢৌ |
'ঢ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
সম্পাদনা কৰক- ঢোল
- ঢেঁকী
- ঢকুৱাখনা
- ঢেকীয়াজুলি
- ঢং
- ঢক
- ঢগা
- ঢকুৱা
- ঢেকীয়াখোৱা
- ঢৌ
তথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ