নমস্কাৰ , মই পৱন বৰ্মন । ঘৰ বাক্সা জিলাৰ পাখামাৰাত। ২০১৩ চনত এছ. বি. দেওৰা মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিলোঁ ।তাৰ পিছত শিক্ষকতাৰ লগত জড়িত হওঁ লগতে গুৱাহাটী বিশ্ববিদ্যালয় (IDOL)ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰোঁ। বৰ্তমানো শিক্ষকতাৰ লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ স্নাতকোত্তৰ মহলাৰ শিক্ষাৰ্থী।