190.69.49.133
আদৰণি
সম্পাদনা কৰক নমস্কাৰ, অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছো! আপোনাৰ বৰঙনিসমূহৰ বাবে অশেষ ধন্যবাদ। মই আশাকৰোঁ যে আপুনি এই ৱেবছাইটটো পছন্দ কৰিছে আৰু ইয়াৰ লগত স্থায়ীভাৱে সংযুক্ত হৈ থাকিব। তলত দিয়া পৃষ্ঠাকেইখন নবাগতসকলৰ বাবে অতিকে উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায় ৱিকিপিডিয়াৰ সম্পাদনাৰ নিয়ম নীতি আপুনি ইচ্ছা কৰিলে পঞ্জীভূক্ত নোহোৱাকৈয়ো কাম কৰি যাব পাৰে, কিন্তু বহুসংখ্যক সদস্যই আশা কৰে যে আপুনি এটা একাউণ্ট সৃষ্টি কৰক। একাউন্ট খুলিবৰ বাবে কোনো মাছুলৰ প্ৰয়োজন নাই আৰু কোনো ব্যক্তিগত তথ্যও দিয়াৰ দৰকাৰ নাই। কিন্তু একাউণ্ট খোলাৰ পাছত আপুনি আৰু কিছুমান সুবিধা উপভোগ কৰিব সক্ষম হ’ব, যেনে: প্ৰবন্ধ সৄষ্টি, চিত্ৰ আপল’ড, অৰ্ধসুৰক্ষিত পৃষ্ঠা সম্পাদন, স্থানান্তৰ আদি। একাউণ্ট এটা সৃষ্টিৰ পাছত আপুনি লাভ কৰা সুবিধাসমূহৰ বিষয়ে বিতংকৈ চাবৰ বাবে অনুগ্ৰহ কৰি একাউন্ট কিয় লাগে? পৃষ্ঠাখন পঢ়ক। আনহাতে যদি আপুনি সদস্যনাম অবিহনে সম্পাদনা কাৰ্য অব্যহত ৰাখে তেনে, আপোনাৰ "আইপি ঠিকনা"টোৱেই (190.69.49.133) আপোনাৰ পৰিচিতি ৰূপে চিহ্নিত হ’ব। সৰ্বোতোপ্ৰকাৰে, মই আশা কৰো যে আপুনি ৱিকিপিডিয়াত সম্পাদনা কৰি ৱিকিপিডিয়ান হিচাপে নিজকে গৰ্বিত অনুভৱ কৰিব! অনুগ্ৰহ কৰি ৱিকিপিডিয়াৰ আলোচনা পৃষ্ঠাসমূহত ৪ ডাল টাইল্ড চিহ্ন এনেদৰে (~~~~); টাইপ কৰি আপোনাৰ মন্তব্যসমূহৰ তলত স্বাক্ষৰ কৰক, এই চিহ্নাকেইডালে স্বয়ংক্ৰিয়ভাৱে আপোনাৰ আইপি ঠিকনা (বা সদস্যনাম, যদিহে আপুনি প্ৰৱেশ কৰে) আৰু তাৰিখ যোগ কৰিব। আপোনাক যদি সহায়ৰ প্ৰয়োজন তেনে, ৱিকিপিডিয়া:প্ৰশ্নোত্তৰ শিতানত সন্ধান কৰক, অথবা মোক মোৰ আলোচনা পৃষ্ঠাত আপোনাৰ প্ৰশ্নটো সোধক। ইয়াৰ উপৰিও ফেচবুকত আমাৰ Assamese Wikipedia Community বুলি এটা আলোচনা গোট আছে। বিকিপিডিয়ানসকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে। আশাকৰো এই কথাখিনি পঢ়ি আপুনি উপকৄত হ’ল, আপোনাক পুণৰ আদৰণি জনাইছো...! |
বিষ্ণু শইকীয়া⇒✉ 20:42, 5 মাৰ্চ 2013 (UTC)
মাৰ্চ, 2013
সম্পাদনা কৰকৱিকিপিডিয়ালৈ আপোনাক আদৰিছোঁ। যদিও সকলোৱেই ইয়াত গঠনমূলক সম্পাদনা কৰিব পাৰে, কিন্তু কমপক্ষেও আপোনাৰ সাম্প্ৰতিক এটা সম্পাদনা গঠনমূলক হিচাপে বিবেচিত হোৱা নাই আৰু সেয়া বাতিল কৰা হৈছে। অনুগ্ৰহ কৰি যি-কোনো প্ৰকাৰৰ পৰীক্ষামূলক সম্পাদনাৰ বাবে পৰীক্ষাগাৰ ব্যৱহাৰ কৰক। বিশ্বকোষীয় আৰু কোনো গঠনমূলক সম্পাদনাৰ বাবে আমাৰ আদৰণি পৃষ্ঠাটো পঢ়ি লওক। ধন্যবাদ। বিষ্ণু শইকীয়া⇒✉ 20:42, 5 মাৰ্চ 2013 (UTC)
এইখন আলোচনা পৃষ্ঠা বেনামী সদস্যৰ বাবে, যিয়ে নিজা একাউণ্ট সৃষ্টি কৰা নাই বা যিয়ে সেই একাউণ্ট ব্যৱহাৰ নকৰে। এতেকে আমি তেখেতসকলক আই-পি ঠিকনাৰে চিনাক্ত কৰিবলৈ বাধ্য। সেই একেই আই-পি ঠিকনা অনেকেই ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এজন বেনামী সদস্য আৰু যদি আপুনি অনুভৱ কৰে যে আপোনাৰ প্ৰতি অপ্ৰাসঙ্গিক মন্তব্য কৰা হৈছে, তেনেহলে আন বেনামী সদস্যৰ পৰা পৃথক কৰিবলৈ এ টাএকাউণ্ট সৃষ্টি কৰক বা প্ৰৱেশ কৰক।