Saddam Hussain Rahmani
নমস্কাৰ, Saddam Hussain Rahmani
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
ভাৰতীয় জাতীয় প্ৰতীক
সম্পাদনা কৰকভাৰতৰ জাতীয় প্ৰতীক হৈছে অশোকৰ সিংহ ৰাজধানী, যিটো মৌৰ্য সাম্ৰাজ্যৰ প্ৰাচীন ভাস্কৰ্য্যৰ অভিযোজন। ১৯৫০ চনৰ ২৬ জানুৱাৰীত গ্ৰহণ কৰা এই প্ৰতীকটো ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতীক। 2409:4065:304:B118:B4D2:CCFF:FE99:1AEF 14:43, 26 September 2024 (ইউ.টি.চি.)
তথ্যসূত্ৰ
সম্পাদনা কৰকআপোনাৰ ইঞ্জিল বাবা প্ৰবন্ধটো চালো। আৰম্ভণি ধুনীয়াকৈ কৰিছে। কিন্তু ৱিকিপিডিয়াত সাধাৰণতে দুটা বা তিনিটা বাক্যৰে প্ৰবন্ধ লিখা নহয। ইমান চমু প্ৰবন্ধৰ বিলোপনৰ বাবে প্ৰস্থাৱো আহিব পাৰে। তাৰোপৰি আপুনি তথ্যসূত্ৰও দিব জনা নাই। তথ্যসূত্ৰ আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিছে; যদি কোনো কিতাপ-আলোচনীৰ পৰা তথ্যখিনি লৈছে, তেন্তে কোনখন কিতাপৰ পৰা, লেখক কোন, পৃষ্ঠা নং কিমান, প্ৰকাশক কোন, কিমান চনত প্ৰকাশ হৈছে, সেইবোৰৰ উল্লেখ থাকিব লাগে। যদি অসুবিধা পাইছে, মোলৈ বাৰ্তা দিব পাৰে। বাবুল বৈশ্য (বাৰ্তা) 16:55, 24 October 2024 (ইউ.টি.চি.)
- হয়, মই প্ৰবন্ধটো আৰম্ভ কৰিছিলোঁ। কিন্তু সম্পূৰ্ণভাৱে প্ৰকাশ কৰিব পৰা নাই । আপুনি সহায় কৰিবলে কৃতজ্ঞ হ'ম। বাৰ্তা প্ৰেৰণ কৰাৰ বাবে ধন্যবাদ । Saddam Hussain Rahmani (বাৰ্তা) 14:19, 20 December 2024 (ইউ.টি.চি.)
এছিয়ান মাহৰ সহযোগী
সম্পাদনা কৰকএছিয়ান মাহৰ সহযোগী | ||
হে ৱিকিসতীৰ্থ,
শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত এছিয়ান মাহ ২০২৪ সম্পাদনা মেলাত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়াই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰাত আগভাগ লোৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। আশা কৰোঁ এইবেলিৰ দৰে অহাবছৰো এইখিনি সময় আপুনি আমাৰ সৈতে সাহস হৈ থাকিব। ধন্যবাদেৰে,
|
চাণক্য (বাৰ্তা) 13:16, 15 December 2024 (ইউ.টি.চি.)
- আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনাকক লগ পাই আনন্দ পাইছোঁ। Saddam Hussain Rahmani (বাৰ্তা) 14:22, 20 December 2024 (ইউ.টি.চি.)
Invitation to Participate in the Wikimedia SAARC Conference Community Engagement Survey
সম্পাদনা কৰকDear Community Members,
I hope this message finds you well. Please excuse the use of English; we encourage translations into your local languages to ensure inclusivity.
We are conducting a Community Engagement Survey to assess the sentiments, needs, and interests of South Asian Wikimedia communities in organizing the inaugural Wikimedia SAARC Regional Conference, proposed to be held in Kathmandu, Nepal.
This initiative aims to bring together participants from eight nations to collaborate towards shared goals. Your insights will play a vital role in shaping the event's focus, identifying priorities, and guiding the strategic planning for this landmark conference.
Survey Link: https://forms.gle/en8qSuCvaSxQVD7K6
We kindly request you to dedicate a few moments to complete the survey. Your feedback will significantly contribute to ensuring this conference addresses the community's needs and aspirations.
Deadline to Submit the Survey: 20 January 2025
Your participation is crucial in shaping the future of the Wikimedia SAARC community and fostering regional collaboration. Thank you for your time and valuable input.
Warm regards,
Biplab Anand
যান্ত্ৰিক অনুবাদ
সম্পাদনা কৰকনমস্কাৰ। প্ৰথমতে অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ। আপুনি শেহতীয়াকৈ কেইবাখনো নতুন পৃষ্ঠা সৃষ্টি কৰিছে। কিন্তু আপুনি সৃষ্টি কৰা প্ৰবন্ধবোৰত অত্যাধিক যান্ত্ৰিক অনুবাদৰ পয়োভৰ দেখা গৈছে। অনুগ্ৰহ কৰি যান্ত্ৰিক অনুবাদ কৰাৰ পিছত প্ৰবন্ধটো পোনে-পোনে প্ৰকাশ নকৰি হাত ফুৰাই অনুবাদৰ জড়তা পৰিহাৰ কৰেযেন। ইয়াৰ বাবে অভিধানৰ সহায় লব পাৰে। লগতে আপোনাৰ প্ৰায়খিনি প্ৰবন্ধতে তথ্য উৎসৰ সমস্যা আছে। গতিকে এটা প্ৰবন্ধৰ আসোঁৱাহ সম্পূৰ্ণ আঁতৰাই নিদিয়ালৈকে অন্য এটা প্ৰবন্ধ আৰম্ভ নকৰেযেন। ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা বঢ়োৱাতকৈ প্ৰবন্ধৰ মান উন্নত কৰিবলৈ অনুৰোধ জনালোঁ। শুভেচ্ছাৰে - অজয় কথা-বতৰা 14:23, 11 January 2025 (ইউ.টি.চি.)