১৭ আগষ্ট

তাৰিখ
(আগষ্ট ১৭ৰ পৰা পুনঃনিৰ্দেশিত)
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

১৭ আগষ্ট (ইংৰাজী: 17 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৯তম (অধিবৰ্ষত ২৩০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

  • ১৯৪৭ - জৱাহৰলাল নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে তেখেতক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।
  • ১৯৪৭ - ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ব্ৰিটিছ সেনাৰ প্ৰথমটো বেটেলিয়াৰ স্বদেশ অভিমুখে যাত্ৰা আৰম্ভ কৰে।
  • ১৯৪৭ - ভাৰত বিভাজনৰ সীমাৰেখা ৰেডক্লিফ লাইন নিদ্ধাৰণ ঘোষনা কৰে।
  • ১৯৬০ - আফ্ৰিকাৰ দেশ গেবনে স্বাধীনতা লাভ কৰে।
  • ১৯৯৯ - তুৰস্কত হোৱা এক প্ৰচণ্ড ভূমিকম্পৰ ফলত চৰকাৰী তথ্যমতে ১২,০০০ লোক নিহত, ছয় লাখ লোক গৃহহীন হয়।
  • ১৯০৯ - মদন লাল ধিঙৰা, স্বাধীনতা সংগ্ৰামী, ইংৰাজে ফাঁচি দিছিল।
  • ১৯৬৯ - অটষ্টাৰ্ন, নোবেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী আছিল।
  • ১৯৮৮ - জিয়াউল হক, পাকিস্তানৰ ৰাষ্ট্ৰপতি, এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।
  • ২০২০ - পণ্ডিত যশৰাজ, ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতশিল্পী।

বাহ্যিক সংযোগ

সম্পাদনা কৰক


তথ্য়সূত্ৰ

সম্পাদনা কৰক