৪ জানুৱাৰী
তাৰিখ
(০৪ জানুৱাৰীৰ পৰা পুনঃনিৰ্দেশিত)
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৫ |
৪ জানুৱাৰী (ইংৰাজী: 4 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ চতুৰ্থ দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬১টা দিন (অধিবৰ্ষত ৩৬২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
সম্পাদনা কৰক- ১৯৪৮ - ম্যানমাৰৰ স্বাধীনতা লাভ।
জন্ম
সম্পাদনা কৰক- ১৬৪৩ - আইজাক নিউটন, বিশ্ববিখ্যাত ইংৰাজ পদাৰ্থ বিজ্ঞানী, জ্যোতিৰ্বিদ আৰু গণিতজ্ঞ।
- ১৮০৯ - লুইছ ব্ৰেইল, অন্ধ লোকৰ লিখন পদ্ধতিৰ উদ্ভাৱক।(মৃত্যু:৬ জানুৱাৰী ১৮৫২ খৃ:)
- ১৯৩১ - নিৰূপা ৰয়, ভাৰতীয় অভিনেত্ৰী।
- ১৯৪০ - গাও চ্যিংজিয়ান, চীনা ঔপন্যাসিক, নাট্যকাৰ, সমালোচক, চিত্ৰশিল্পী, আলোকচিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক আৰু অনুবাদক।
- ১৯৫২ - তীৰথ সিং ঠাকুৰ, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৩তম মুখ্য ন্যায়ধীশ।
- ১৯৬৩ - ডেনি জানুয়াৰ আলী, দক্ষিণ সুমাত্ৰাৰ লেখক, ৰাজনৈতিক পৰামৰ্শদাতা, বৌদ্ধিক, সাহিত্যবিদ, উদ্যোগী আৰু গৱেষক।
- ১৯৭৫ - মনোজ গগৈ, ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণবিদ আৰু বন্যপ্ৰাণী পুনৰসংস্থাপনবিদ।
- ১৯৯৭ - নিমিষা ছাজায়ন, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৯৫১ - কমলানন্দ ভট্টাচাৰ্য্য, অসমীয়া নাট্যকাৰ, অভিনেতা, কবি, গীতিকাৰ আৰু শিক্ষাবিদ।
- ১৯৬৫ - টি এছ ইলিয়ট, আমেৰিকান-ইংৰাজ কবি।
- ২০২২ - সিন্ধুতাঈ সপকাল, ভাৰতীয় সমাজকৰ্মী আৰু সামাজিক সক্ৰিয়বাদী।
দিৱস
সম্পাদনা কৰক- স্বাধীনতা দিৱস (ম্যানমাৰ)।
- বিশ্ব ব্ৰেইল দিৱস (আন্তৰ্জাতিক)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৪ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |