১১ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৫ |
১১ ছেপ্টেম্বৰ (ইংৰাজী: 11 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৪তম (অধিবৰ্ষত ২৫৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৮৯৩ - স্বামী বিবেকানন্দই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰি আমেৰিকাবাসীক আপ্লুত কৰিছিল।
- ১৮৭৭ - জেমছ জীনছ, ইংৰাজ পদাৰ্থ বিজ্ঞানী, জ্য়োতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ।
- ১৯৭৮ - ইৰাণত হোৱা বিধ্বংসী ভূঁইকঁপৰ ফলত চৰকাৰী তথ্যমতে ১১,০০০ লোকৰ মৃত্যু হৈছিল।
- ২০০১ - সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত নিউয়ৰ্কৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটাকৈ যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হয়।
- ২০০৭ - প্ৰথম টুয়েণ্টি ২০ (T20) বিশ্বকাপ ক্ৰিকেট আৰম্ভ হয়।
জন্ম
সম্পাদনা কৰক- ১৮৬২ - অ' হেনৰী, বিখ্যাত মাৰ্কিন চুটিগল্পকাৰ।
- ১৮৮৫ - ডি এইচ লৰেন্স, ঔপন্যাসিক, কবি গল্পকাৰ, ইংলেণ্ডত জন্ম হৈছিল।
- ১৮৯৫ - আচাৰ্য বিনোৱা ভাৱে, ভূ-দান আন্দোলনৰ গুৰি ধৰোঁতা, অহিংসা আৰু মানৱতাবাদী, মহাত্মা গান্ধীৰ প্ৰধান শিষ্য, ভাৰতৰত্ন।
- ১৯৫০ - ছাহাবুদ্দিন আহমেদ, বাংলাদেশৰ বিশিষ্ট চিত্ৰশিল্পী।
- ১৯৮২ - শ্ৰীয়া চৰণ ভাটনাগৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ১৮২৩ - ডেভিদ ৰিকাৰ্ড' (David Ricardo), বিখ্য়াত ইংৰাজ অৰ্থনীতিবিদ।
- ১৮৮৮ - ড'মিংগ' ফ'ষ্টিন' চাৰ্মিয়েণ্ট', আৰ্জেণ্টিনাৰ শিক্ষাবিদ।
- ১৯৪৮ - মহম্মদ আলী জিন্না, পাকিস্তানৰ জন্মদাতা।
- ১৯৫৮ - ৰবাৰ্ট ৱিলিয়াম ছাৰ্ভিছ (Robert William Service), বিখ্যাত কানাডিয়ান কবি।
- ১৯৭১ - নিকিতা ক্ৰছেভ (Nikita Khrushchev), ৰাজনেতা, ছোভিয়েটৰ ৰাষ্ট্ৰনায়ক আছিল।
- ১৯৮৭ - মহাদেৱী বাৰ্মা (Mahadevi Varma), প্ৰখ্যাত হিন্দী কবি আছিল।
- ১৯৯৮ - ষ্টেফি ডিচুজা, ভাৰতীয় হকী খেলুৱৈ।
- ২০২০ - ৰিচাৰ্ড উইলিয়াম টিম, আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক।
দিৱস
সম্পাদনা কৰক- শিক্ষক দিৱস (আৰ্জেণ্টিনা)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১১ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |