১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

১৭ ছেপ্টেম্বৰ (ইংৰাজী: 17 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬০তম (অধিবৰ্ষত ২৬১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

  • ১৯৪৯ - ডি এম কে (DMK) বা দ্ৰাবিড় মুন্নেত্ৰ কাজগম (Dravida Munnetra Kazhagam) নামৰ ৰাজনৈতিক দলটো তামিলনাডুত প্ৰতিষ্ঠা হয়।
  • ১৯৮২ - ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টেষ্ট ক্ৰিকেট খেল চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত আৰম্ভ হৈছিল।
  • শিক্ষক দিৱস (হণ্ডোৰাছ)।

বাহ্যিক সংযোগ

সম্পাদনা কৰক

তথ্য়সূত্ৰ

সম্পাদনা কৰক