৬ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৫ |
৬ ছেপ্টেম্বৰ (ইংৰাজী: 6 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৯তম (অধিবৰ্ষত ২৫০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৬টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৫৫২ - ভিক্টোৰিয়া জাহাজ বা নাও ভিক্টোৰিয়াই প্ৰথমখন জাহাজ হিচাপে সমুদ্ৰ পথৰে গোটেই পৃথিৱী পৰিভ্ৰমণ কৰি স্পেইনলৈ উভতি আহে। এই যাত্ৰা মেগেলানে ১৫১৯ চনৰ ১০ আগষ্টত আৰম্ভ কৰিছিল।
- ১৯৩৯ - দ্বিতীয় বিশ্বযুদ্ধ: দক্ষিণ আফ্ৰিকাই জাৰ্মানিৰ বিৰুদ্ধে যুদ্ধ ঘোষনা কৰিছিল।
- ১৯৪৮ - জুলিয়ানা নেডাৰলেণ্ডৰ ৰাণী হৈছিল।
- ১৯৫২ - কানাডাৰ প্ৰথম টেলিভিছন (ইংৰাজী: CBFT-TV) মণ্ট্ৰিয়েলত মুকলি কৰা হয়।
- ১৯৬৮ - ছুইজাৰলেণ্ড স্বাধীন হয়।
- ১৯৯০ - প্ৰচাৰ ভাৰতী আইন - ১৯৯০ক (ইংৰাজী: The Prasar Bharati Act, 1990), সংসদত সন্মতি দিয়া হয়। [1]
- ১৯৯১ - চোভিয়েট ইউনিয়নে(ইংৰাজী: Soviet Union) বাল্টিক ৰাজ্য(ইংৰাজী: Baltic states), এষ্ট'নিয়া(ইংৰাজী: Estonia), লাটভিয়া(ইংৰাজী: Latvia) আৰু লিথুৱানিয়াৰ(ইংৰাজী: Lithuania) স্বাধীনতা স্বীকাৰ কৰে।
জন্ম
সম্পাদনা কৰক- ১৬২০ - ইছাবেলা লিয়নাৰ্দ, ইটালীয়ান সুৰকাৰ। ( মৃত্যু ১৭০৪)
- ১৭৩২ - জহান উইলকে, ছুইদিচ প্ৰকৃতি বিজ্ঞানী। (মৃত্যু ১৭৯৬)
- ১৭৬৬ - জন ডেল্টন, ইংৰাজ পদাৰ্থ, ৰসায়ন আৰু জলবায়ু বিজ্ঞানী, আণৱিক সূত্ৰ আৰু ডেল্টন সূত্ৰ বা আংশিক চাপৰ সূত্ৰৰ আৱিষ্কাৰক। (মৃত্যু: ২৭ জুলাই, ১৮৪৪)
- ১৮৬০ - জেন আডামছ, শান্তীৰ ন'বেল বিজয়ী (১৯৩১) আমেৰিকান সমাজকৰ্মী। (মৃত্য়ু: ২১ মে', ১৯৩৫)
- ১৮৮৯ - শৰৎ চন্দ্ৰ বসু, স্বাধীনতা সংগ্ৰামী। (মৃত্য়ু ২০ ফেব্ৰুৱাৰী, ১৯৫০)
- ১৯০৮ - এন্থনি ৱেগনাৰ, অস্ত্ৰৰ ইংৰাজী অধিকাৰি। (মৃত্যু ১৯৯৫)
- ১৯১১ - হেৰি ডানিং, আমেৰিকান বেছবল খেলুৱৈ। (মৃত্যু ২০০৪)
- ১৯১৭ - জৰ্জ মান, ইংৰাজ ক্ৰিকেটাৰ। (মৃত্যু ২০০১)
- ১৯২৪ - জন মৰ্লচাৰ, আমেৰিকান ৰাজনীতিবিদ। (মৃত্যু ১৯২৪)
- ১৯২৮ - ছিদ ৱাটকিনচ্, ইংৰাজী নিউৰ'চাৰ্জেন। (মৃত্যু ২০১২)
- ১৯২৯ - যশ জহাৰ, ভাৰতীয় বোলছবি প্ৰযোজক আৰু ধৰ্মা প্ৰডাকচনৰ প্ৰতিষ্ঠাতা। (মৃত্যু ২০০৫)
- ১৯৪৩ - মহানন্দ মজিন্দাৰ বৰুৱা, অসমৰ কণ্ঠশিল্পী।
- ১৯৪৫ - গ' নাগায়, জাপানীজ লেখক আৰু অঙ্কনশিল্পী।
- ১৯৬৩ - পেট নেভিন, স্কটিছ ফুটবলাৰ।
মৃত্যু
সম্পাদনা কৰক- ১৯৫৬ - লি জাং চ'ব, কোৰিয়ান পেইণ্টাৰ বা চিত্ৰকৰ। (জন্ম ১৯১৬)
- ১৯৭২ - ওস্তাদ আলাউদ্দিন খান, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। (জন্ম ১৮৬২)
- ১৯৯৮ - আকিৰা কুৰোছাৱা, জপানীজ বোলছবি নিৰ্মাতা। (জন্ম: ২৩ মাৰ্চ, ১৯১০)
- ১৯৯৭ - পি এইচ নিউবে, ইংৰাজী লেখক। (জন্ম ১৯১৮)
- ২০০৫ - মেজৰ ধন সিং থাপা, পৰমবীৰ চক্ৰ বিজেতা সৈনিক। (জন্ম: ১০ এপ্ৰিল, ১৯২৮)
- ২০০৮ - অনিতা পেজ, আমেৰিকান অভিনেত্ৰী। (জন্ম ১৯১০)
- ২০১২ - আৰ্ট মডেল, আমেৰিকান ব্যৱসায়ী। (জন্ম ১৯২৫)
- ২০১৯ - ৰবাৰ্ট মুগাবে, জিম্বাবুৱেৰ প্ৰাক্তন ৰাষ্টপতি আৰু বিপ্লৱী নেতা। (জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯২৪)
দিৱস
সম্পাদনা কৰক- স্বাধীনতা দিৱস (ছুইজাৰলেণ্ড)।
- ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ, ষষ্ঠ দিন। (১ ছেপ্টেম্বৰ - ৭ ছেপ্টেম্বৰ)
বাহ্যিক সংযোগ
সম্পাদনা কৰক- BBC: On This Day Archived 2008-03-09 at the Wayback Machine
- The New York Times On this day|month=09|day=06
- On This Day in Canada Archived 2012-12-08 at Archive.today